babuprinter2018

গিবন অভয়াৰণ্যৰ ইতিহাস | Gibbon Abhayarana History Essay in Assamese

গিবন অভয়াৰণ্য History of Gibbon Wildlife Sanctuary in Assamese যােৰহাট চহৰৰপৰা ২২ কিলােমিটাৰ দূৰত্বত অৱস্থিত গিবন অভয়াৰণ্যৰ মাটিকালিৰ পৰিমাণ ২০.৯৮ বর্গ কিলােমিটাৰ। অভয়াৰণ্য ঘােষণা হােৱাৰ আগতে এই অৰণ্য অঞ্চল হােলােঙাপাৰ অৰণ্য নামে। জনাজাত আছিল। ১৮৮১ চনতেই এই অৰণ্য ব্রিটিছ চৰকাৰৰদ্বাৰা সংৰক্ষিত বনাঞ্চল হিচাপে ঘােষিত হৈছিল৷ হাবিখনত অধিক পৰিমাণৰ ‘হােলােং গছ পােৱা যায় আৰু তাৰ ফলত […]

গিবন অভয়াৰণ্যৰ ইতিহাস | Gibbon Abhayarana History Essay in Assamese Read More »

গৰমপানী অভয়াৰণ্যৰ ইতিহাস | Garampani Abhayarana History Essay in Assamese

গৰমপানী অভয়াৰণ্য History of Garampani Wildlife Sanctuary in Assamese গােলাঘাট জিলাৰপৰা ২৫ কিলােমিটাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰপৰা ৬৫ কিলােমিটাৰ দূৰত্বত কাৰ্বি আংলং জিলাৰ প্রায় ৬.৫৫ বর্গ কিলােমিটাৰ আগুৰি থকা গৰমপানী’ এখন সৰু অভয়াৰণ্য। ১৯৫২ চনৰ ১০ জুলাইত মেম’ নং AFR 199/52-ৰ যােগেদি নামবৰ বনাঞ্চলৰ এটা অংশ গৰমপানীক অসম চৰকাৰে অভয়াৰণ্যলৈ উন্নীত কৰে। এই বনাঞ্চলক গৰমপানী

গৰমপানী অভয়াৰণ্যৰ ইতিহাস | Garampani Abhayarana History Essay in Assamese Read More »

কাকৈজানা অভয়াৰণ্যৰ ইতিহাস | Kakaijana Abhayarana History Essay in Assamese

কাকৈজানা অভয়াৰণ্য History of Kakaijana Wildlife Sanctuary in Assamese অভয়াৰণ্যখন সােণালী বান্দৰৰ বাবে বিখ্যাত। বঙাইগাঁও জিলাৰ বঙাইগাঁও নগৰৰ পৰা ১৫ কিলােমিটাৰ দূৰত্বত অৱস্থিত কাকৈজানা অভয়াৰণ্য। বনাঞ্চলখনে প্রায় ২০০০ হেক্টর ভূমি আগুৰি আছে। ১৯৬৬ চনৰ ২৯ এপ্রিলত এক চৰকাৰী জাননীৰ জৰিয়তে কাকৈজানাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘােষণা কৰা হয়। Kakaijana Abhayarana in Assamese আপুৰুগীয়া বন্যপ্রাণী, মূল্যবান গছ-গছনি

কাকৈজানা অভয়াৰণ্যৰ ইতিহাস | Kakaijana Abhayarana History Essay in Assamese Read More »

আমচাং অভয়াৰণ্য | Amchang Wildlife Sanctuary History Essay in Assamese

আমচাং অভয়াৰণ্য History of Amchang Wildlife Sanctuary in Assamese গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা আমচাং অভয়াৰণ্যই ‘আর্লি বাৰ্ডছ’ (Early Birds) নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ প্ৰচেষ্টাত ২০০৪ চনৰ ৯ জুনত চৰকাৰীভাৱে অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। খানাপাৰা দক্ষিণ আমচাং অঞ্চলৰ ২৫৪৬.১০ হেক্টৰ অৰণ্যভূমি আৰু আমচাং অঞ্চলৰ ৫৩১৮ হেক্টৰ অৰণ্যভূমিক সামৰি আমচাং অভয়াৰণ্য গঠন কৰা হৈছে। পূব

আমচাং অভয়াৰণ্য | Amchang Wildlife Sanctuary History Essay in Assamese Read More »

উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য | North Karbi Anglong Wildlife Sanctuary History Essay in Assamese

উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য North Karbi Anglong Wildlife Sanctuary in Assamese কাৰ্বি আংলং জিলাৰ বােকাজান মহকুমাৰ অন্তৰ্গত উত্তৰ কার্বি আংলং অভয়াৰণ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰায় ৯৬ বর্গ কিলােমিটাৰ (৯৬০০ হেক্টৰ) অঞ্চল আগুৰি আছে। ২০০০ চনৰ ২১ জুলাই তাৰিখে অসম চৰকাৰে এক অধিসূচনা অনুযায়ী এই অৰণ্য অঞ্চলক অভয়াৰণ্যৰূপে ঘােষণা কৰে। সাগৰপৃষ্ঠৰপৰা অভয়াৰণ্যখনৰ উচ্চতা ঠাই ভেদে

উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য | North Karbi Anglong Wildlife Sanctuary History Essay in Assamese Read More »

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান | Rajiv Gandhi Orang National Park History Essay in Assamese

Rajiv Gandhi Orang National Park গুৱাহাটী মহানগৰৰপৰা পূবে ১২০ কিলোমিটাৰ , ওৰাং চহৰৰপৰা প্রায় ১৮ কিলেমিটাৰ আৰু মঙলদৈ চহৰৰপৰা প্রায় ৭০ কিলোমিটাৰ দূৰত্বত ‘ মিনি কাজিৰঙা ’ হিচাপে সর্বজনবিদিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত । এই উদ্যানখন মঙলদৈ বন সংমণ্ডলৰ ( বন্যপ্রাণী শাখা ) অন্তর্গত । ভৌগলিক অৱস্থান উদ্যানখনৰ ভৌগোলিক অৱস্থান— ৯২ ° ১৬ পূবৰপৰা ৯২

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান | Rajiv Gandhi Orang National Park History Essay in Assamese Read More »

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস | Nameri National Park History or Essay in Assamese

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস History of Nameri National Park in Assamese Nameri National Park খন তেজপুৰ চহৰৰপৰা প্রায় ৩৫ কিলোমিটাৰ নিলগত শোণিতপুৰ জিলাৰ উত্তৰ দিশৰ বালিপাৰাৰ সমীপত অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান নামেৰীত অৱস্থিত । ৰাষ্ট্ৰীয় উদ্যানখনে পূব হিমালয়ৰ প্ৰদেশত প্রায় ২১২ বর্গ কিলোমিটাৰ অৰণ্য অঞ্চল জুৰি বিস্তৃত হৈ আছে । বৃটিছৰ দিনতেই ১৮৭৮ চনৰ ব্রিটিছ

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস | Nameri National Park History or Essay in Assamese Read More »

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস | Dibru Saikhowa National Park History or Easy in Assamese

অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্রায় ৩৪০ বৰ্গকিলোমিটাৰ এলেকা আগুৰি থকা ডিব্ৰু-ছৈখোৱা অসমৰ ভিতৰত চতুৰ্থখন ৰাষ্ট্ৰীয় উদ্যান (Dibru Saikhowa National Park) । ১৯৮৬ চনত ডিব্ৰু  আৰু ছৈখোৱা-এই দুখন সংৰক্ষিত বনাঞ্চলক একেলগ কৰি ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য গঠন কৰা হৈছিল। ১৯৯৯ চনৰ মাৰ্চ মাহত এই অভয়াৰণ্যক অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে (Dibru Saikhowa National Park)আৰু মাটিকালি ৩৪০

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস | Dibru Saikhowa National Park History or Easy in Assamese Read More »

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস | Manas National Park in Assamese Facts and History

মানাহ ৰাষ্ট্ৰীয় উদ্যান History of Manas National Park in Assamese প্রাকৃতিক সম্পদেৰে ভৰপূৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান Manas National Park ১৯৮৫ চনত ইউনেস্ক’ৰ দ্বাৰা “বিশ্ব ঐতিহ্য’ World Heritage Site ৰ তালিকাত অন্তৰ্ভুক্ত হয়। ১৯৯৯ চনত ইউনেস্ক’ৰ দ্বাৰা উদ্যানখনৰ ২৮৩৭ বৰ্গকিলোমিটাৰ বনভূমিক Biosphere Reserve অৰ্থাত্  জীৱমণ্ডলীয় সংৰক্ষণ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। উদ্যানখনৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক সংখ্যক

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস | Manas National Park in Assamese Facts and History Read More »

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস | Kaziranga National Park in Assamese Facts and History

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান History of Kaziranga National Park in Assamese এটা খড়গযুক্ত গঁড়ৰ বাবে পৃথিৱী বিখ্যাত Kaziranga National Park অসমৰ গোলাঘাট আৰু নগাঁও জিলাৰ ৪৩০ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি থকা এখন ডাঙৰ বনভূমি। গুৱাহাটীৰপৰা পূবে ২১৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত কাজিৰঙাই হ’ল ৰাষ্ট্ৰীয় উদ্যানৰ Kaziranga National Park স্বীকৃতি পোৱা অসমৰ প্ৰথমখন বনভূমি। এই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস | Kaziranga National Park in Assamese Facts and History Read More »