ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ | Sarvepalli Radhakrishnan biography in Assamese
এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। ৰাষ্ট্ৰপতি, ভাৰত কাৰ্যকাল১৩ মে’ ১৯৬২ – ১৩ মে’ ১৯৬৭ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুগুজলাৰিলাল নন্দ (Acting)লাল বাহাদূৰ শাস্ত্ৰীগুজলাৰিলাল নন্দ (Acting)ইন্দিৰা গান্ধী উপ ৰাষ্ট্ৰপতি জাকিৰ হুছেইন পূৰ্বসূৰী […]
ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ | Sarvepalli Radhakrishnan biography in Assamese Read More »