কামাখ্যা মন্দিৰৰ ৰহস্য আৰু ইতিহাস | History of Kamakhya Temple in Assamese
কামাখ্যা মন্দিৰৰ ৰহস্য আৰু ইতিহাস কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। তেওঁৰ আবাস হৈছে নীলাচল পাহাৰ। তেওঁক সিদ্ধ কব্জিকা হিচাপে পূজা কৰা হয়। তেওঁক কালী বা মহা ত্ৰিপুৰা সুন্দৰী হিচাপেও চিহ্নিত কৰা হয় কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ দেৱী কামাখ্যাৰ পূজাৰ মূল আধাৰ। উল্লেখযোগ্য যে , গাৰো পাহাৰত থকা দেৱী কামাখ্যাৰ পূৰ্বৰ মন্দিৰ […]
কামাখ্যা মন্দিৰৰ ৰহস্য আৰু ইতিহাস | History of Kamakhya Temple in Assamese Read More »