ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ  | Sarvepalli Radhakrishnan biography in Assamese

এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। ৰাষ্ট্ৰপতি, ভাৰত কাৰ্যকাল১৩ মে’ ১৯৬২ – ১৩ মে’ ১৯৬৭ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুগুজলাৰিলাল নন্দ (Acting)লাল বাহাদূৰ শাস্ত্ৰীগুজলাৰিলাল নন্দ (Acting)ইন্দিৰা গান্ধী উপ ৰাষ্ট্ৰপতি জাকিৰ হুছেইন পূৰ্বসূৰী […]

ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ  | Sarvepalli Radhakrishnan biography in Assamese Read More »

শিক্ষক দিৱসৰ ভাষণ | Speech on Teachers Day Celebration in Assamese

প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আৰু এজন মহান পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম জয়ন্তী উপলক্ষে ইয়াক উদযাপন কৰা হয়। শিক্ষক দিৱস সকলো শিক্ষানুষ্ঠানৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু সকলো সন্মানীয় শিক্ষকৰ কঠোৰ পৰিশ্ৰম আৰু শিক্ষাক সন্মান কৰে। এইটো বিদ্যালয়খনৰ বাবে যথেষ্ট উত্তেজনা আৰু উদযাপনেৰে ভৰি থকা দিনটো আৰু

শিক্ষক দিৱসৰ ভাষণ | Speech on Teachers Day Celebration in Assamese Read More »

Teacher Day 2024 | শিক্ষক দিৱস

শিক্ষক দিৱস, এই দিনটোতে সকলো ঠাইতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ গুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে আৰু তেওঁক প্ৰাপ্য সন্মান দিয়ে। অৱশ্যে, শিক্ষকক সন্মান পাবলৈ কোনো দিনৰ প্ৰয়োজন নাই, কিন্তু এটা বিশেষ দিন অতিবাহিত কৰি, তেওঁ সেইদিনা কিছু বিশেষ সন্মান লাভ কৰে আৰু শিক্ষাৰ্থীসকলেও তেওঁলোকৰ গুৰুৰ গৌৰৱ জনাই। What is Teacher Day শিক্ষক দিৱস কি? আমি সকলোৱে জানো

Teacher Day 2024 | শিক্ষক দিৱস Read More »

মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Marat Longri Abhayaranya History Essay in Assamese

মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্য ইতিহাস | History of Marat Longri Wildlife Sanctuary in Assamese কার্বিসকলৰ স্থানীয় ভাষাত নামকৰণ কৰা এখন অভয়াৰণ্য হৈছে। মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্য। তেওঁলােকৰ মতে, ‘মাৰাট’ শব্দৰ অৰ্থ বন্যপ্রাণী আৰু লংৰি’ শব্দৰ অৰ্থ হৈছে ভূমি। অর্থাৎ বন্যপ্রাণীৰ ভূমি। অভয়াৰণ্যখন কাৰ্বি আংলং জিলাৰ পূব প্ৰান্তত অৱস্থিত। আপুৰুগীয়া জৈৱ-বৈচিত্ৰ আৰু বন্যপ্রাণী ৰক্ষণাবেক্ষণৰ বাবে মিকিৰ

মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Marat Longri Abhayaranya History Essay in Assamese Read More »

ভেৰজান বৰজান পদুমনি বন্যপ্ৰানী অভয়াৰণ্য ইতিহাস | Bherjan Borajan Padumoni Abhayaranya History in Assamese

ভেঁৰজান বৰাজান পদুমনি অভয়াৰণ্য ইতিহাস History of Bherjan Borajan Padumoni Abhayaranya in Assamese তিনিচুকীয়া জিলাৰ সদৰৰ নিচেই ওচৰতে ভেজান-বৰজানপদুমণি অভয়াৰণ্য অৱস্থিত। ভেজান, বৰজান আৰু পদুমণি-এইতিনিখন পৃথক পৃথক অৰণ্য সামৰি ভেজান-বৰজান-পদুমণি বন্যপ্রাণী অভয়াৰণ্য গঠন কৰা হৈছে। অভয়াৰণ্যখন সৰু যদিও বন্যপ্রাণীৰ ক্ষেত্ৰত চহকী। অভয়াৰণ্যখনৰ মাটিকালি মাত্র ৭.২২ বর্গ কিলােমিটাৰ। জীৱ-জন্তু Animal of Bherjan Borajan Padumoni Abhayaranya অভয়াৰণ্যখন

ভেৰজান বৰজান পদুমনি বন্যপ্ৰানী অভয়াৰণ্য ইতিহাস | Bherjan Borajan Padumoni Abhayaranya History in Assamese Read More »

বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Bura Chapori Abhayaranya History Essay in Assamese

বুঢ়া চাপৰি অভয়াৰণ্য Bura Chapori Wildlife Sanctuary History in Assamese শােণিতপুৰ জিলাৰ প্রায় ৪৪ বর্গ কিলােমিটাৰ অঞ্চল আগুৰি থকা বুঢ়াচাপৰি অভয়াৰণ্য উলুম’ৰা পক্ষীৰ বাবে বিখ্যাত। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্লাৱনভূমিত অৱস্থিত বুঢ়াচাপৰি অভয়াৰণ্য নগাঁও জিলাৰ লাওখােৱা বন্যপ্রাণী অভয়াৰণ্যৰ গাতে লাগি আছে। ব্রহ্মপুত্রই সৃষ্টি কৰা কেইবাটাও চৰ-চাপৰিও বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ লগত সংলগ্ন হৈ আছে। তদুপৰি অভয়াৰণ্যখনৰ লগত

বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Bura Chapori Abhayaranya History Essay in Assamese Read More »

বৰাইল বন্যপ্রাণী অভয়াৰণ্য | Borail Abhayaranya History Essay in Assamese

বৰাইল বন্যপ্রাণী অভয়াৰণ্য ইতিহাস History of Borail Wildlife Sanctuary in Assamese কাছাৰ জিলাৰ শিলচৰ মহকুমাৰ অন্তৰ্গত বৰাইলৰ ৩২৬.২৪ বর্গ কিলােমিটাৰ অঞ্চল সামৰি গঠন কৰা হৈছে বৰাইল অভয়াৰণ্য। অভয়াৰণ্যখন কৰিমগঞ্জ আৰু কাছাৰৰ বন সংমণ্ডলৰ অন্তৰ্গত। অভয়াৰণ্যখন সম্পূর্ণ পাহাৰীয়া আৰু ঠাইখনৰ কোনাে কোনাে অঞ্চল সাগৰপৃষ্ঠৰপৰা ১৫০০ মিটাৰতকৈ বেছি উচ্চতাত অৱস্থিত। ২০০৪ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি পােৱা এইখনেই

বৰাইল বন্যপ্রাণী অভয়াৰণ্য | Borail Abhayaranya History Essay in Assamese Read More »

বৰনদী অভয়াৰণ্য | Bornadi Abhayaranya History Essay in Assamese

বৰনদী অভয়াৰণ্য Bornadi Wildlife Sanctuary in Assamese ভূটান সীমান্তৰ হিমালয়ৰ পাদদেশৰ ৰজাগড় অঞ্চলত বৰনদী অভয়াৰণ্য অৱস্থিত। অভয়াৰণ্যখনে প্রায় ২৬,২২ বর্গকিলােমিটাৰ অঞ্চল আগুৰি আছে। পূর্বতে অভয়াৰণ্যখন দৰং জিলাত আছিল। বর্তমান ই বিটিএডিৰ অন্তৰ্গত বাক্সা জিলা আৰু ওদালগুৰি জিলাত অন্তর্ভুক্ত হৈছে। ১৯৪২ চনতে বৰনদী বনাঞ্চলক ‘বৰনদী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। অসম চৰকাৰে নলগাহৰি আৰু খাগৰিকটা

বৰনদী অভয়াৰণ্য | Bornadi Abhayaranya History Essay in Assamese Read More »

বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্যৰ ইতিহাস | Bordoibam Bilmukh Bird Abhayaranya History Essay in Assamese

বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য Bordoibam Bilmukh Bird Sanctuary in Assamese গুৱাহাটীৰপৰা প্ৰায় ৪৪৫ কিলােমিটাৰ আৰু উত্তৰ লখিমপুৰ চহৰৰপৰা প্রায় ৫০ কিলােমিটাৰ দূৰত্বত অৱস্থিত বৰদৈবাম বিলমুখ অভয়াৰণ্য অসমৰ দ্বিতীয়খন পক্ষী অভয়াৰণ্য। ১৯৯০ চনত ঢকুৱাখনা মহকুমাৰ প্রথমগৰাকী মহকুমাধিপতি তথা বিশিষ্ট পক্ষীবিজ্ঞানী ড° আনােৱাৰউদ্দিন চৌধুৰীৰ পৰামৰ্শৰ ভিত্তিত স্থানীয় ইক’লজিকেল ষ্টাডি চেণ্টাৰ, মেগামিক্স নেচাৰ ক্লাব, উত্তৰ লখিমপুৰ বন বিভাগ

বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্যৰ ইতিহাস | Bordoibam Bilmukh Bird Abhayaranya History Essay in Assamese Read More »

পূব কাৰ্বি আংলং অভয়াৰণ্য | East Karbi Anglong Abhayaranya History Essay in Assamese

পূব কাৰ্বি আংলং অভয়াৰণ্য East Karbi Anglong Wildlife Sanctuary in Assamese ডিফু চহৰৰপৰা ৩৫ কিলােমিটাৰ দূৰত্বত অৱস্থিত পূব কাৰ্বি আংলং অভয়াৰণ্যইকাৰ্বি আংলং জিলাৰ বােকাজান মহকুমাৰ প্রায় ২২,১৮১হেক্টৰ (২২১.৮১ বর্গ কিঃ মিঃ) বনাঞ্চল আগুৰি আছে। ২০০০ চনৰ ২৭ জুলাই তাৰিখে অসম চৰকাৰে এক অধিসূচনাযােগে মিকিৰ পাহাৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া কিছু অৰণ্য অঞ্চল সাঙুৰি লৈ

পূব কাৰ্বি আংলং অভয়াৰণ্য | East Karbi Anglong Abhayaranya History Essay in Assamese Read More »