babuprinter2018

ওজাপালিৰ ইতিহাস | Ojapali Festival in Assamese

ওজাপালি  অসমৰ এক অৰ্ধ নাটকীয় পৰিবেশ্য কলা। সৰ্বভাৰতীয় কথকতা পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহক ওজাপালি প্ৰাচীন কালৰে পৰা অসমত এক জনপ্ৰিয় কলা হিচাপে প্ৰচলিত হৈ আহিছে। ১৯৭৪ চনত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সঞ্চালক লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা আৰু আনন্দমোহন ভাগৱতীৰ সহযোগত ওজাপালি ৰাস্ত্ৰীয় কাৰ্য্যসূচীত অন্তৰ্ভুক্ত হয়। উদ্ভৱ আৰু বিকাশ ওজাপালি কলাৰ উৎপত্তি সম্বন্ধে বিভিন্ন জনশ্রুতি আছে। একাংশ […]

ওজাপালিৰ ইতিহাস | Ojapali Festival in Assamese Read More »

আলি আয়ে নৃগাংৰ ইতিহাস | Ali Ai Ligang in Assamese

‘আলি আয়ে নৃগাং’ মিচিংসকলৰ এক বসন্তকালীন উৎসৱ। ই কৃষিৰ লগত জড়িত। আলি’ মানে মাটিৰ তলত হােৱা ফল, “আই’ মানে গছৰ গুটি আৰু গাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা অর্থাৎ আলি আয়ে গাং মানে শস্য সিঁচিবলৈ আৰম্ভ কৰাৰ দিন বা সময়। উৎসৱৰ আৰম্ভনি প্রত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। বুধবাৰটোক মিচিংসকলে অতি

আলি আয়ে নৃগাংৰ ইতিহাস | Ali Ai Ligang in Assamese Read More »

পয়চাংকেনৰ ইতিহাস | Sangken Festival History in Assamese

বছৰটোৰ ভিতৰত পালন কৰা বিভিন্ন পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত ‘পয়চাংকেন’ উৎসৱ টাই বৌদ্ধ জনগোষ্ঠীসকলৰ জাতীয় উৎসৱ। তেওঁলোকে ইয়াক বসন্ত উৎসৱ হিচাপে পালন কৰাৰ উপৰি ‘সংক্রান্তি উৎসৱ’ আৰু ‘বুদ্ধ মূর্তি ধোওৱা উৎসৱ’ হিচাপেও পালন কৰে। এই উৎসৱক ‘পয়ছননাম’ (পানীৰ উৎসৱ) বুলিও কোৱা হয়৷ টাই ভাষাত ‘পয়’ মানে উৎসৱ, ‘চাংকেন’ মানে সংক্রান্তি আৰু পানী। সেয়ে ‘পয়চাংকেন’ মানে পানীৰ

পয়চাংকেনৰ ইতিহাস | Sangken Festival History in Assamese Read More »

দৰঙৰ দেউল উৎস

দৰঙৰ দেউল উৎসৱত বিষ্ণুপূজা, বিষ্ণুৰ হোম, অৰ্চনা-বন্দনাই মূল কথা যদিও দেউলক সাধাৰণতে বসন্ত আৰু ঋতুকালীন উৎসৱৰূপেও মানি অহা হৈছে। দেউল উৎসৱ সৃষ্টিৰ মূলতে আছিল আধ্যাত্মিক চিন্তা। খ্ৰীষ্টীয় দশম-একাদশ শতিকাতে শাস্ত্রজ্ঞ বেদাচাৰ্য ধৰ্মদেৱ ভূঞা নামৰ এগৰাকী সদাচাৰী লোকে দৰঙৰ দেউল উৎসৱৰ পাতনি মেলে বুলি জনা যায়। পূৰ্বাপৰ বৈষ্ণৱ ভাবাদর্শ প্ৰচাৰিত দৰঙত বিষ্ণুপূজাৰ অৰ্চনা-বন্দনা সণ্ঢালনিভাৱে চলিছিল। দৰঙৰ

দৰঙৰ দেউল উৎস Read More »

চাহ-জনগোষ্ঠীৰ টুচু পূজা বা পৰব | Tusu Festival History in Assamese

‘টুচু পৰব’ক চাহ-জনগোষ্ঠীৰ মাঘ বিহু বা ভোগালী বিহু বুলি ক’ব পাৰি। চাহ-জনগোষ্ঠীৰ লোকে নিজস্ব পৰম্পৰাৰে এই উৎসৱ পালন কৰিলেও ভোগালী বিহুৰ লগত ইয়াৰ ভালেমান সামঞ্জস্য আছে ‘টুচু পৰব’ত টুচু দেৱীক পূজা কৰাৰ পৰম্পৰা আছে। অসমীয়া সমাজত মাঘ বিহুৰ পৰম্পৰাৰ লগত জড়িত ভেলাঘৰ সজা, মেজি জ্বলোৱা, আনৰ বাৰীৰ পৰা বস্তু চুৰ কৰা আদি লোক-ধেমালিবোৰ টুচু পৰবতো

চাহ-জনগোষ্ঠীৰ টুচু পূজা বা পৰব | Tusu Festival History in Assamese Read More »

অম্বুবাচী উৎসৱৰ ইতিসাহ | Ambubachi Mela in Assamese

অম্বুবাচী মেলা History of Ambubachi Mela in Assamese অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে। ভাৰতৰ শক্তি পীঠবােৰৰ ভিতৰত অসমৰ গুৱাহাটীত থকা কামাখ্যাই অতি প্রসিদ্ধ। ইয়াতেই দেৱী মহামায়া আদ্যাশক্তিয়ে

অম্বুবাচী উৎসৱৰ ইতিসাহ | Ambubachi Mela in Assamese Read More »

ফাকুৱা বা দৌলােৎসৱ | Fakuwa or Dowlo Festival in Assamese

ফাঁকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। দৌলাৎসৱ বা ফাকুৱা হ’ল হিন্দু ধর্মাৱলম্বী লােকসকলৰ মাজত প্রচলিত এক আনন্দোৎসৱ। ভাৰতীয় দিনপঞ্জী অনুসৰি ফাগুন মাহৰ পূর্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বসন্ত ঋতুৰ আগমনৰ সময়ত উদ্যাপিত হােৱাৰ বাবে ফাকুৱা বা দৌলাৎসৱক ‘বসন্তোৎসৱ বুলিও কোৱা

ফাকুৱা বা দৌলােৎসৱ | Fakuwa or Dowlo Festival in Assamese Read More »

সাতবিহু | Seven Bihus in Assamese

অসমীয়াৰ বাপতিসাহােন ৰঙালী বিহু চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা বহাগ মাহৰ ছয় তাৰিখলৈকে সাত দিন ধৰি পালন কৰে। এই সাত দিন জুৰি পালন কৰা বিহুকে সাতবিহু বােলে। এই সাতবিহু হ’ল গৰু বিহু, মানুহ বিহু, গােসাঁই বিহু, চেনেহী বিহু বা তাত বিহু, নাঙল বিহু, মেলা বিহু বা হাট বিহু আৰু চেৰা বিহু। অৱশ্যে ঠাইভেদে এই সাতবিহুৰ নাম আৰু উদ্যাপন

সাতবিহু | Seven Bihus in Assamese Read More »

হনুমান জয়ন্তী পূজা বিধি, ইতিহাস | Hanuman Jayanti in Assamese

হনুমানজীৰ জন্ম “মঙলবাৰে” চৈত্ৰ মাহৰ পূৰ্ণিমা দিৱসত হৈছিল। শ্ৰী ৰাম ভক্ত হনুমানে ভক্তসকলক ভাল কৰিবলৈ এই পৃথিৱীত নামি আহিছিল। এই কালী যুগত প্ৰতিকূলতাক পৰাস্ত কৰাৰ একমাত্ৰ আশ্ৰয় হনুমানজীৰ আশ্ৰয়। হনুমানজীক মহাবীৰ, বজৰংবলী, মাৰুতি, পৱনপুত্ৰ বুলিও জনা যায়। হিন্দু বিশ্বাস অনুসৰি, বহু বছৰ আগতে, এই পৃথিৱীত মানুহ হিচাপে বহুতো ঐশ্বৰিক আত্মাৰ জন্ম হৈছিল আৰু বহুতো জীৱ-জন্তু

হনুমান জয়ন্তী পূজা বিধি, ইতিহাস | Hanuman Jayanti in Assamese Read More »

বৈশাখী উৎসৱৰ ইতিসাহ | Baisakhi or Vaisakhi Festival Assamese

ভাৰত হৈছে উৎসৱৰ দেশ, বহুতো ধৰ্ম অনুসৰণ কৰা লোকইয়াত বাস কৰে আৰু সকলো ধৰ্মৰ নিজা উৎসৱ আছে। সেয়েহে, গোটেই বছৰটোত প্ৰতিটো দিন কোনো ধৰ্মবা আন ধৰ্মত বিশ্বাস কৰা লোকসকলৰ বাবে বিশেষ। একেদৰে, ১৩ এপ্ৰিল শিখ লোকসকলৰ বাবে এক বিশেষ দিন। এইবাৰ কিবা বেলেগ, খেতিপথাৰত ৰবি শস্য পকা হয়, কৃষকসকলে তেওঁলোকৰ মনত শস্য দেখি সুখী হয়,

বৈশাখী উৎসৱৰ ইতিসাহ | Baisakhi or Vaisakhi Festival Assamese Read More »