ফাকুৱা বা দৌলােৎসৱ | Fakuwa or Dowlo Festival in Assamese
ফাঁকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। দৌলাৎসৱ বা ফাকুৱা হ’ল হিন্দু ধর্মাৱলম্বী লােকসকলৰ মাজত প্রচলিত এক আনন্দোৎসৱ। ভাৰতীয় দিনপঞ্জী অনুসৰি ফাগুন মাহৰ পূর্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বসন্ত ঋতুৰ আগমনৰ সময়ত উদ্যাপিত হােৱাৰ বাবে ফাকুৱা বা দৌলাৎসৱক ‘বসন্তোৎসৱ বুলিও কোৱা […]
ফাকুৱা বা দৌলােৎসৱ | Fakuwa or Dowlo Festival in Assamese Read More »