লখিমী সবাহ উৎসৱ | Lakmi shoba festival in Assamese
উজনি অসমৰ কৃষিজীৱী লোকৰ এক কৃষিভিত্তিক উৎসৱ হ’ল লখিমী সবাহ। লখিমীক শস্যৰ অধিষ্ঠাত্রী দেৱী হিচাপে গণ্য কৰা হয়। লখিমী সবাহক ঠাই বিশেষে পানীতোলা সবাহ, লখিমী বিয়া আদি নামেৰে জনা যায় ৷ লোকসমাজৰ কল্পিত লখিমী দেৱীক সন্তুষ্ট কৰিবৰ বাবেই লখিমী সবাহৰ আয়োজন কৰা হয়। লখিমী দেৱী সন্তুষ্ট হ’লে খেতি-পথাৰৰ কৃষি শস্য ভাল হয় বুলি বিশ্বাস কৰা […]
লখিমী সবাহ উৎসৱ | Lakmi shoba festival in Assamese Read More »