বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Bura Chapori Abhayaranya History Essay in Assamese
বুঢ়া চাপৰি অভয়াৰণ্য Bura Chapori Wildlife Sanctuary History in Assamese শােণিতপুৰ জিলাৰ প্রায় ৪৪ বর্গ কিলােমিটাৰ অঞ্চল আগুৰি থকা বুঢ়াচাপৰি অভয়াৰণ্য উলুম’ৰা পক্ষীৰ বাবে বিখ্যাত। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্লাৱনভূমিত অৱস্থিত বুঢ়াচাপৰি অভয়াৰণ্য নগাঁও জিলাৰ লাওখােৱা বন্যপ্রাণী অভয়াৰণ্যৰ গাতে লাগি আছে। ব্রহ্মপুত্রই সৃষ্টি কৰা কেইবাটাও চৰ-চাপৰিও বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ লগত সংলগ্ন হৈ আছে। তদুপৰি অভয়াৰণ্যখনৰ লগত […]