মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Marat Longri Abhayaranya History Essay in Assamese
মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্য ইতিহাস | History of Marat Longri Wildlife Sanctuary in Assamese কার্বিসকলৰ স্থানীয় ভাষাত নামকৰণ কৰা এখন অভয়াৰণ্য হৈছে। মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্য। তেওঁলােকৰ মতে, ‘মাৰাট’ শব্দৰ অৰ্থ বন্যপ্রাণী আৰু লংৰি’ শব্দৰ অৰ্থ হৈছে ভূমি। অর্থাৎ বন্যপ্রাণীৰ ভূমি। অভয়াৰণ্যখন কাৰ্বি আংলং জিলাৰ পূব প্ৰান্তত অৱস্থিত। আপুৰুগীয়া জৈৱ-বৈচিত্ৰ আৰু বন্যপ্রাণী ৰক্ষণাবেক্ষণৰ বাবে মিকিৰ […]