National Park

All post about National Park

পবা বর্ষাৰণ্য

অৰুণাচল প্রদেশৰ গাতে লাগি থক পবা বর্ষাৰণ্য ধেমাজি জিলাত অৱস্থিত। ১৯২৪ চনত ব্রিটিছৰ শাসন কালতে পবাইসংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰিছিল। বনাঞ্চলখনে ১০.২২১হেক্টৰ বনভূমি আগুৰি আছে। পবা জৈৱ-বৈচিত্র্যৰে ভৰপূৰ। পবা বনাঞ্চল বিভিন্ন গছ-লতা, দুপ্রাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি, অর্কিড আৰু নানা ঔষধি গছ-লতাৰে সমৃদ্ধিশালী। বনাঞ্চলখন পৰিৱেশ অধ্যয়নৰ ক্ষেত্ৰ হিচাপেও ব্যৱহাৰ হৈ আহিছে। বনাঞ্চলখনৰ কাষেৰে চিয়াং নদীখন বৈ […]

পবা বর্ষাৰণ্য Read More »

নামবৰ-দৈঘ্ৰোং অভয়াৰণ্যৰ ইতিহাস | Nambor Doigrung Abhayarana History Essay in Assamese

নামবৰ-দৈঘ্ৰোং অভয়াৰণ্য Nambor Doigrung Wildlife Sanctuary in Assamese গােলাঘাট জিলাত অৱস্থিত নামবৰ দৈঘ্ৰোং অভয়াৰণ্যখনে প্রায় ৯৭.১৫বর্গ কিলােমিটাৰ অৰণ্যভূমি বিস্তৃত হৈ আছে। গােলাঘাট সংমণ্ডলৰ তিনিখন অৰণ্য, যেনেঃ ল’ৱাৰ দৈঘ্রোং, আপাৰ দৈঘ্রোং আৰু নামবৰৰ উত্তৰ অংশৰ কিছু অংশ লৈ ২০০৩ চনৰ ৩১ এপ্রিলত এই অভয়াৰণ্যখন গঠন কৰা হয়। অভয়াৰণ্যখন বিশেষকৈ গৰমপানীৰ উহ আৰু হলৌ বান্দৰৰ বাবে বিখ্যাত।

নামবৰ-দৈঘ্ৰোং অভয়াৰণ্যৰ ইতিহাস | Nambor Doigrung Abhayarana History Essay in Assamese Read More »

নামবৰ বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Nambor Bonyaprani Abhayarana History Essay in Assamese

নামবৰ বন্যপ্রাণী অভয়াৰণ্য Nambor Wildlife Sanctuary জৈৱ-বৈচিত্র্যৰে ভৰপূৰ নামৰ সংৰক্ষিত বনাঞ্চল গােলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত। ১৮৭২ চনৰ ৯ আগষ্টত গােলাঘাট মহকুমাৰ প্রায় ১,৪১,৩৬৪ হেক্টৰ বনাঞ্চলক নামবৰ সংৰক্ষিত বনাঞ্চলৰূপে ব্রিটিছসকলে নামকৰণ কৰে। উল্লেখযােগ্য, ৰাছিয়াৰ অচিৱাইল বনাঞ্চল আৰু নামবৰ বনাঞ্চলেই বনাঞ্চলৰ স্বীকৃতি লাভ কৰা পৃথিৱীৰ ভিতৰত পুৰণি বনাঞ্চল। যি সময়ত ব্রিটিছসকলে নামবৰক সংৰক্ষিত বনাঞ্চল হিচাপে

নামবৰ বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Nambor Bonyaprani Abhayarana History Essay in Assamese Read More »

দীপৰ বিল পক্ষী অভয়াৰণ্য | Deepor Beel Pokhi Abhayarana History Essay in Assamese

দীপৰ বিল পক্ষী অভয়াৰণ্যৰ ইতিহাস Deepor Beel Bird Sanctuary ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গুৱাহাটী মহানগৰীৰপৰা ১৮ কিলােমিটাৰ পশ্চিম কোণত অৱস্থিত দীপৰ বিল অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্য। পৃথিৱীৰ মানচিত্ৰত দীপৰ বিল ২৬°০৩ উত্তৰৰপৰা ২৭°০২ উত্তৰ অক্ষাংশ আৰু ৯২°৩৯ পূবৰপৰা ৯২°৫৫ পূর্ব দ্রাঘিমাংশত অৱস্থিত। সাগৰপৃষ্ঠৰপৰা দীপৰ বিলৰ উচ্চতা ১৬৫-১৮৬ ফুট। বাৰিষা বিল, | জলাশয় আদিকে ধৰি দীপৰ বিলৰ মাটিকালি

দীপৰ বিল পক্ষী অভয়াৰণ্য | Deepor Beel Pokhi Abhayarana History Essay in Assamese Read More »

দিহিং পাটকাই অভয়াৰণ্যৰ ইতিহাস | Dehing Patkai Abhayarana History Essay in Assamese

দিহিং পাটকাই অভয়াৰণ্য Dehing Patkai Wildlife Sanctuary ২০০৪ চনৰ ১৩ জুন তাৰিখে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ, আপাৰ-দিহিং আৰু দিক অভয়াৰণ্যক সামৰি দিহিং পাটকাই বৰ্ষাৰণ্য গঠন কৰা হয়। উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গােষ্ঠী ‘নেচাৰ্ছ বেকন’-এ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ, আপাৰ-দিহিং আৰু দিক অভয়াৰণ্যৰ ৫০০ বর্গ কিলােমিটাৰ অৰণ্য অঞ্চলক সামৰি অভয়াৰণ্য গঠনৰ বাবে প্রবল আন্দোলন

দিহিং পাটকাই অভয়াৰণ্যৰ ইতিহাস | Dehing Patkai Abhayarana History Essay in Assamese Read More »

জয়পুৰ বৰ্ষাৰণ্য | Joypur Borkharanya History Essay in Assamese

জয়পুৰ বৰ্ষাৰণ্য Joypur Rain Forest প্রকৃতিৰ এক অদ্বিতীয় সৌন্দর্যৰ উদাহৰণ জয়পুৰ বৰ্ষাৰণ্য ১০৮ বর্গ কি.মি. এলেকা জুৰি বিয়পি আছে। এই বর্ষাৰণ্যখন অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াৰ ওচৰৰ জয়পুৰত অৱস্থিত। এই বর্ষাৰণ্যখনৰ বিশেষত্ব হল ইয়াৰ চহকী জৈৱ বৈচিত্র। ইয়াৰ পূব আৰু দক্ষিণত অৰুণাচল প্রদেশ আৰু পশ্চিমত শিৱসাগৰ জিলা। এই সংৰক্ষিত বনাঞ্চলখন আই বি চি আই অসম উপত্যকা

জয়পুৰ বৰ্ষাৰণ্য | Joypur Borkharanya History Essay in Assamese Read More »

চক্ৰশীলা অভয়াৰণ্যৰ ইতিহাস | Chakrasila Abhayanrana History Essay in Assamese

চক্ৰশীলা অভয়াৰণ্য  History of Chakrasila Wildlife Sanctuary in Assamese ধুবুৰী চহৰৰপৰা প্রায় ৬৮ কিলােমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত চক্ৰশীলা অভয়াৰণ্য ধুবুৰী জিলাৰ প্রায় ৪,৫৫৭ হেক্টৰ (৪৫ বর্গ কিলােমিটাৰ) অঞ্চল আগুৰি আছে। এই অভয়াৰণ্য ধুবুৰী বন সংমণ্ডলৰ অন্তৰ্গত। ১৯৯৪ চনৰ ১৪ জুলাইত সংৰক্ষিত বনাঞ্চলখনক অসম চৰকাৰে অভয়াৰণ্যলৈ ৰূপান্তৰিত কৰে। অভয়াৰণ্যখনৰ চাৰিওফালে পাহাৰে আৱৰি আছে আৰু অভয়াৰণ্যখনৰ দুইমূৰে

চক্ৰশীলা অভয়াৰণ্যৰ ইতিহাস | Chakrasila Abhayanrana History Essay in Assamese Read More »

গিবন অভয়াৰণ্যৰ ইতিহাস | Gibbon Abhayarana History Essay in Assamese

গিবন অভয়াৰণ্য History of Gibbon Wildlife Sanctuary in Assamese যােৰহাট চহৰৰপৰা ২২ কিলােমিটাৰ দূৰত্বত অৱস্থিত গিবন অভয়াৰণ্যৰ মাটিকালিৰ পৰিমাণ ২০.৯৮ বর্গ কিলােমিটাৰ। অভয়াৰণ্য ঘােষণা হােৱাৰ আগতে এই অৰণ্য অঞ্চল হােলােঙাপাৰ অৰণ্য নামে। জনাজাত আছিল। ১৮৮১ চনতেই এই অৰণ্য ব্রিটিছ চৰকাৰৰদ্বাৰা সংৰক্ষিত বনাঞ্চল হিচাপে ঘােষিত হৈছিল৷ হাবিখনত অধিক পৰিমাণৰ ‘হােলােং গছ পােৱা যায় আৰু তাৰ ফলত

গিবন অভয়াৰণ্যৰ ইতিহাস | Gibbon Abhayarana History Essay in Assamese Read More »

গৰমপানী অভয়াৰণ্যৰ ইতিহাস | Garampani Abhayarana History Essay in Assamese

গৰমপানী অভয়াৰণ্য History of Garampani Wildlife Sanctuary in Assamese গােলাঘাট জিলাৰপৰা ২৫ কিলােমিটাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰপৰা ৬৫ কিলােমিটাৰ দূৰত্বত কাৰ্বি আংলং জিলাৰ প্রায় ৬.৫৫ বর্গ কিলােমিটাৰ আগুৰি থকা গৰমপানী’ এখন সৰু অভয়াৰণ্য। ১৯৫২ চনৰ ১০ জুলাইত মেম’ নং AFR 199/52-ৰ যােগেদি নামবৰ বনাঞ্চলৰ এটা অংশ গৰমপানীক অসম চৰকাৰে অভয়াৰণ্যলৈ উন্নীত কৰে। এই বনাঞ্চলক গৰমপানী

গৰমপানী অভয়াৰণ্যৰ ইতিহাস | Garampani Abhayarana History Essay in Assamese Read More »

কাকৈজানা অভয়াৰণ্যৰ ইতিহাস | Kakaijana Abhayarana History Essay in Assamese

কাকৈজানা অভয়াৰণ্য History of Kakaijana Wildlife Sanctuary in Assamese অভয়াৰণ্যখন সােণালী বান্দৰৰ বাবে বিখ্যাত। বঙাইগাঁও জিলাৰ বঙাইগাঁও নগৰৰ পৰা ১৫ কিলােমিটাৰ দূৰত্বত অৱস্থিত কাকৈজানা অভয়াৰণ্য। বনাঞ্চলখনে প্রায় ২০০০ হেক্টর ভূমি আগুৰি আছে। ১৯৬৬ চনৰ ২৯ এপ্রিলত এক চৰকাৰী জাননীৰ জৰিয়তে কাকৈজানাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘােষণা কৰা হয়। Kakaijana Abhayarana in Assamese আপুৰুগীয়া বন্যপ্রাণী, মূল্যবান গছ-গছনি

কাকৈজানা অভয়াৰণ্যৰ ইতিহাস | Kakaijana Abhayarana History Essay in Assamese Read More »