নামবৰ বন্যপ্রাণী অভয়াৰণ্যৰ ইতিহাস | Nambor Bonyaprani Abhayarana History Essay in Assamese
নামবৰ বন্যপ্রাণী অভয়াৰণ্য Nambor Wildlife Sanctuary জৈৱ-বৈচিত্র্যৰে ভৰপূৰ নামৰ সংৰক্ষিত বনাঞ্চল গােলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত। ১৮৭২ চনৰ ৯ আগষ্টত গােলাঘাট মহকুমাৰ প্রায় ১,৪১,৩৬৪ হেক্টৰ বনাঞ্চলক নামবৰ সংৰক্ষিত বনাঞ্চলৰূপে ব্রিটিছসকলে নামকৰণ কৰে। উল্লেখযােগ্য, ৰাছিয়াৰ অচিৱাইল বনাঞ্চল আৰু নামবৰ বনাঞ্চলেই বনাঞ্চলৰ স্বীকৃতি লাভ কৰা পৃথিৱীৰ ভিতৰত পুৰণি বনাঞ্চল। যি সময়ত ব্রিটিছসকলে নামবৰক সংৰক্ষিত বনাঞ্চল হিচাপে […]