ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান | Rajiv Gandhi Orang National Park History Essay in Assamese
Rajiv Gandhi Orang National Park গুৱাহাটী মহানগৰৰপৰা পূবে ১২০ কিলোমিটাৰ , ওৰাং চহৰৰপৰা প্রায় ১৮ কিলেমিটাৰ আৰু মঙলদৈ চহৰৰপৰা প্রায় ৭০ কিলোমিটাৰ দূৰত্বত ‘ মিনি কাজিৰঙা ’ হিচাপে সর্বজনবিদিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত । এই উদ্যানখন মঙলদৈ বন সংমণ্ডলৰ ( বন্যপ্রাণী শাখা ) অন্তর্গত । ভৌগলিক অৱস্থান উদ্যানখনৰ ভৌগোলিক অৱস্থান— ৯২ ° ১৬ পূবৰপৰা ৯২ […]